ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বিপৰীত অৰ্থ - দশম শ্ৰেণী- অসমীয়া ব্যাকৰণ -HSLC -SEBA -CLASS X

Admin
2
প্ৰতিবছৰে  HSLC  পৰীক্ষাত  অসমীয়া  বিষয়টোৰ  ব্যাকৰণ বিভাগত বিপৰীত  অৰ্থ  লিখিবলৈ  আহে  ৷ ছাত্ৰ-ছাত্ৰীৰ  সুবিধাৰ  বাবে  তলত  বিগত  বৰ্ষত  আহি  থকা  কেইটামান  বিপৰীত  শব্দ তলত  উল্লেখ  কৰা হ'ল ৷ ছাত্ৰ-ছাত্ৰীসকলে অলপ হ'লেও  উপকৃত  হ'ব  বুলি  আশা থাকিল ৷

অসমীয়া ব্যাকৰণ , দশম শ্ৰেণী
বিপৰীত শব্দ 


বিপৰীত  শব্দঃ 


হৰ্ষ = বিষাদ 

উপকাৰ = অপকাৰ 


স্থাৱৰ = অস্থাৱৰ 

সম্পদ = বিপদ 

আৱাহন =  বিসৰ্জন 

উজনি = নামনি 

স্বাধীন = পৰাধীন 

দুৰ্বল = সবল 

জন্ম =  মৃত্যু 

উদয় = অস্ত 

অনুকুল = প্ৰতিকূল 

জ্ঞানী =  মূৰ্খ 

আনন্দ = নিৰানন্দ 

আকৰ্ষণ = বিকৰ্ষণ 

ওখ = চাপৰ 

গ্ৰহণ = বৰ্জন 

প্ৰশংসা = নিন্দা 


আৱিৰ্ভাৱ = তিৰুভাৱ 

প্ৰাচীন = অৰ্বাচীন 

উচ্চ = নীচ 

উন্নতি = অৱনতি 

সুখী = দুখী 

মৃত = অমৃত 

নিৰ্ভুল = ভুল 

জ্যেষ্ঠ =  কনিষ্ঠ 

কনিষ্ঠ =  জ্যেষ্ঠ 

পৰোক্ষ = পৰোক্ষ 

আৰ্শীবাদ = অভিশাপ 

ইহলোক = পৰলোক 

অমৃত = মৃত 

অকৃতজ্ঞ = কৃতজ্ঞ 

দোষ = গুণ 

দেশদ্ৰোহী = দেশপ্ৰেমিক

বিশ্বাস = অবিশ্বাস 

আশা = নিৰাশা 

উত্তম = অধম 

কৃতজ্ঞ = অকৃতজ্ঞ 

আকাশ = পাতাল 

টান = সহজ 

গহীন = পাতল 

কৃশ = স্থূল 

সন্মান = অসন্মান 

ক্ষয় = অক্ষয় 

পাৰ্থক্য = সাদৃশ্য 


দ্ৰুত = লেহেম 

উচ্ছৃংখল = সুশৃঙ্খল 

বিস্তৃত = ঠেক 

প্ৰাচ্য = প্ৰাশ্চাত্য 

স্তুতি = 

সুষুপ্তি = 

অধম =উত্তম 

অণু = বৃহৎ 

অন্তৰ = বাহিৰ 

অভাৱ = উভৈনদী 

অলস = অনলস 

অতিবৃষ্টি = অনাবৃষ্টি 

আগ = পাছ , পিছ , গুৰি 

আয় = ব্যয় 

অনুগ্ৰহ = বিগ্ৰহ 

অমৃত = গৰল 

আচল = নকল 

আন্ধাৰ = পোহৰ 

আচাৰ = ব্যৱহাৰ 

আপোন = পৰ 

আদি  = অন্ত 

আদান = প্ৰদান 

আস্তিক = নাস্তিক 

আৱশ্যক = অনাৱশ্যক 

আধুনিক = প্ৰাচীন 

ইচ্ছা = অনিচ্ছা 

ইহকাল = পৰকাল 

ইষ্ট = অনিষ্ট 

উত্থান = পতন 

উদাৰ = ঠেকমনা , সংকীৰ্ণ 

উত্তম = অধম 

উচিত = অনুচিত 

উত্তৰ = দক্ষিণ 

উত্তৰ = প্ৰশ্ন 

উক্ত = অনুক্ত 

উৰ্বৰ = অনুৰ্বৰ 

এতিয়া = তেতিয়া 

ঐক্য = অনৈক্য 

ওপৰ =তল 

কঠিন = কোমল 

কৃপণ = দানী 

কামিলা = অকামিলা 

ক'লা = বগা 

কু = সু 

খাল = বাম 

খাদ্য = অখাদ্য 

গুৰু = লঘূ

গুণ = দোষ 

গধুৰ = পাতল 

গ্ৰহণ = বৰ্জন 

গুণী = নিৰ্গুণী 

ঘৰচীয়া = বনৰীয়া 

ঘন = পাতল , সেৰেঙা 

চহকী = দুখীয়া 

চেতন = অচেতন 

চৰম = নৰম 

চল = অচল 

চিনাকি = অচিনাকি 

জয় = পৰাজয় 

জাৰ = গৰম 

জীৱন = মৰণ

জাগৰণ = নিদ্ৰা 

জোখ = বিজোখ 

ডাঠ = পাতল 

ডেকা = বুৃঢ়া 

তপত = চেঁচা 

ডাঙৰ = সৰু 

দান = প্ৰতিদান 

দেৱতা = অসুৰ 

দীঘ = বাণি 

দিন = ৰাতি 

ধনী = দুখীয়া 

ধৰ্ম = অধৰ্ম 

ধাৰ্মিক = অধাৰ্মিক 

নিত্য = অনিত্য 

নিৰ্মল = মলিন 

নিৰাকাৰ = সাকাৰ

নতুন = পুৰণি 

নিৰ্ভীক = ভীৰু 

নিৰ্দোষী = দোষী 

নিৰপৰাধ = অপৰাধ 

ন্যায় = অন্যায় 

পাপ = পুণ্য 

প্ৰভু = ভূত্য 

প্ৰাচীন = অৰ্বাচীন 

প্ৰৱেশ = প্ৰস্থান 


পুৱা = সন্ধ্যা 

প্ৰকৃত = কাল্পনিক 

পণ্ডিত = মূৰ্খ 

পৰিষ্কাৰ = লেতেৰা 

বন্ধু = শত্ৰু 

বিৰহ = মিলন 

বিদ্যা = অবিদ্যা 

বাদী = বিবাদী , প্ৰতিবাদী 

বিনীত = গৰ্বিত 

ব্যৰ্থ = সাৰ্থক 

বিধি = নিষেধ 

বিখ্যাত = অখ্যাত / কুখ্যাত 

বৈধ = অবৈধ 

ভীৰু = সাহসী / নিৰ্ভীক 

ভক্তি = ঘৃণা 

ভাল = বেয়া 

ভয় = সাহস 

মানুহ = পশু / দানৱ 

মিত্ৰ = শত্ৰু 

মিঠা = তিতা 

মান = অপমান 

মৃদু = তীব্ৰ 


মুখ্য = গৌণ 

মিলন = বিৰহ 

যশ = অপযশ 

যত্ন = অযত্ন 

ৰোগী = নীৰোগী 

ৰজা = প্ৰজা 

লাভ = লোকচান/ ক্ষতি 

লোভ =নিৰ্লোভ 

লঘু = গুৰু 

শীত = গ্ৰীষ্ম 

শোক = আনন্দ 

শুভ = অশুভ 

শিষ্ট = অশিষ্ট 

সৎ = অসৎ 

সভ্য = অসভ্য 

সহ্য = অসহ্য 

সাধু = দুৰ্জন 

সৃষ্টি = ধবংস 

সজীৱ = নিৰ্জীৱ 

সুখ্যাত = কুখ্যাত 

সুখ = দুখ 

সঁচা = মিছা 

সঞ্চয় = অপচয় 

সুলভ = দুৰ্লভ 

সুগন্ধ = দুৰ্গন্ধ 

সোঁ = বাঁও 

হৰণ = পূৰণ 

হৰ্ষ = বিষাদ 

হিংসা = অহিংসা 

হ্ৰাস = বৃদ্ধি 


হঁহা = কন্দা 

হৰা = জিকা 

ক্ষয় = বৃদ্ধি 

ক্ষুদ্ৰ = বৃহৎ 

ক্ষমা = প্ৰতিশোধ 

অকৃতজ্ঞ = কৃতজ্ঞ 

স্বাৰ্থপৰ = নিস্বাৰ্থপৰ 

বিশ্বাসঘাতক = বিশ্বাসী 

আৱাহন = বিসৰ্জন 

আচামী = ফৰিয়াদী 

গ্ৰহণ = বৰ্জন 

ভোটা = তীক্ষ্ন

আয় = ব্যয় 

সন্ধি = বিসন্ধি / বিগ্ৰহ 

ঘন = পাতল 

মিলন = বিচ্ছেদ 

সুযোগ = দুৰ্যোগ 

অমৃত = গৰল 

সুন্দৰ = কুৎসিত 

কঠোৰ = কোমল 

ভাগ্য = দুৰ্ভাগ্য 

অধিকাৰ = অনাধিকাৰ 

দেশী = বিদেশী 

প্ৰখ্যাত = অখ্যাত 

বিনয় = গৰ্ব 

সৰল = জটিল 

তিৰস্কাৰ = পুৰস্কাৰ 

সদাচাৰ = অনাচাৰ 

গৰিষ্ঠ = লঘিষ্ঠ 

নিয়ম = অনিয়ম 

উচিত = অনুচিত 

শেষ = আৰম্ভ 

সপোন = দিঠক 


ক্ষীণ = শকত 

স্পষ্ট = অস্পষ্ট 

থলুৱা = বহিৰাগত 

বৈধ = অবৈধ 

উৎসাহ = নিৰুৎসাহ 

শুক্লপক্ষ = কৃষ্ণপক্ষ

উপস্থিত = অনুপস্থিত 

ককা = আইতা 

আতা = আবু 

আজু ককা = আজু আইতা 

বোপাই = আই 

পিতা/দেউতা  = মাতৃ / মা 

দদাই = খুৰী 















Post a Comment

2Comments

Please don't use spam link in the comment box.

Post a Comment