ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

সমাৰ্থক শব্দ - দশম শ্ৰেণী - অসমীয়া ব্যাকৰণ - HSLC -SEBA - CLASS X

Admin
2

সমাৰ্থক শব্দঃ 

দশম শ্ৰেণী , অসমীয়া ব্যাকৰণ , সমাৰ্থক শব্দ
সমাৰ্থক শব্দ 


একে শব্দৰ  অৰ্থকে সমাৰ্থক  শব্দ  বোলে ৷  HSLC  পৰীক্ষাত  অহা কিছুমান সমাৰ্থক শব্দ তলত  দিয়া  হ'ল ৷ 

পৃথিৱীঃ ধৰা ,অৱনী , ধৰিত্ৰী , মেদিনী , বসুমতী , বসুধা , ভুৱন , বসুন্ধৰা 

মেঘঃ ডাৱৰ , নীৰদ , জলজ , জলধৰ , কাদম্বিনী ঘন 

ৰাতিঃ নিশা, ৰজনী , যামিনী , শৱৰী , বিভাবৰী 

নদীঃ  নৈ , তটিনী , সৰিৎ , তৰণী , দৰিয়া  

কপালঃ  ভাগ্য , ললাট , নিয়তি , ভাগ্য , অদৃশ্য , দৈৱ 

চকুঃ নেত্ৰ , অক্ষি ,নয়ন , লোচন 

হাতীঃ  ঐৰাৱত , হস্তী, দ্বিপ , গজ , মাতংগ ,দ্ৱিৰদ , ৱাৰণ 

আকাশঃ আচমান ,অম্বৰ , গগন , অন্তৰীক্ষ , নভ , নভো মণ্ডল , নীলিমা 

ৰজাঃ ভূপেশ , সম্ৰাট , নৃপতি , নৰপতি , ভূপতি , মহীপাল , ভূপাল , ভূপ 

নিশাঃ  ৰাতি , ৰজনী , যামিনী , শৱৰী , বিভাবৰী 

ব্যথাঃ বেদনা , দুখ , যন্ত্ৰণা , কষ্ট 

কৰুণঃ দুখ , শোক , বেজাৰ , কাতৰ , দুখপূৰ্ণ 

হৃদয়ঃ হিয়া , অন্তৰ 

গছঃ বৃক্ষ , তৰু , বিৰিখ , বিটপী 

ধৰাঃ  পৃথিৱী , অৱনী , ধৰিত্ৰী , মেদিনী , বসুমতী , বসুধা , ভুৱন , বসুন্ধৰা 

অগ্নিঃ জুই  , বহ্নি , অনল , কৃশানু , পাৱক 

ঘৰঃ আবাস , গৃহ , ভৱন , নিবাস , নিলয় , প্ৰাসাদ , কুটীৰ , আলয় ৷

আচমানঃ  আকাশ , অম্বৰ , গগন , অন্তৰীক্ষ , নভ , নভো মণ্ডল , নীলিমা 

বিটপীঃ গছ , বৃক্ষ , 

হাতঃ 

বতাহঃ সমীৰ ,বতাহ , বায়ু , পৱন , বাত , অনিশ

ধৱলঃ

বাৰিধিঃ

সমীৰঃ  বতাহ ,বায়ু , পৱন , বাত , অনিশ

মাতৃঃ  মা , আই  , জননী , জন্মদাত্ৰী , বৌতি 

ৰাণীঃ  মাদৈ, পটেশ্বৰী 

পানীঃ জল ,উদক , সলিল , বাৰি , অম্বু , নিৰ 

পৰ্বতঃ অচল , পাহাৰ , গিৰি , ভূ-ধৰ 

অন্তঃ অৱশেষ , শেষ , ইতি , ক্ষয় , মৃত্যু 

অৰণ্যঃ হাবি , উপবন , জংগল , বন , অটবী 

আনন্দঃ উল্লাস , প্ৰমোদ , আমোদ 

ঈশ্বৰঃ ভগৱান , প্ৰভু , ভগৱন্ত , ধাতা , পৰম পিতা 

সাগৰঃ সমুদ্ৰ ,অৰ্ণৱ , জলধি , পাৰাপাৰ , জলনিধি 

চন্দ্ৰঃ জোন , সোম , নিশাপতি 

পতিঃ গিৰী , গিৰীহঁত , স্বামী , ভাৰ্যা , পৈ 

পত্নীঃ ঘৰিণী , ভাৰ্যা , সহধৰ্মণী , স্ত্ৰী , ঘৈণী 

ল'ৰাঃ পুত্ৰ , বালক , তনয়া , দুলাল , আপা , ছলি ,

ছোৱালীঃ কন্যা , জী , দুহিতা , তনয়া , বালিকা , তনুজা 

পদুমঃ পংকজ , কমল , উৎপল , পদ্ম , অৰবিন্দ , নলিনী 

সূৰ্য্যঃ বেলি , আদিত্য , তপন , ৰবি , দিবাকৰ , দিনমণি 

Post a Comment

2Comments

Please don't use spam link in the comment box.

Post a Comment