ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

(কাইলৈ HSLC -2020 results ৰ ঘোষণা) -নিজৰ HSLC RESULTS কেনেকৈ চাবা ?

Admin
1
অৱশেষত  অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই -মাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ  দিন আহিল ৷ অহা কাইলৈ (তাংঃ  06/06/2020) ৰাতিপুৱা  9 বজাত অনলাইনযোগে এই পৰীক্ষাৰ ফলাফলসমূহ নিজৰ OFFICIAL WEBSITE ৰ লগতে বিভিন্ন বাচনিভূক্ত  WEBSITOR ৰ জৰিয়তে  চেবাই(SEBA) ঘোষণা কৰিব ৷ সকলো MARKSHEET সমূহ অনলাইন উপলদ্ধ হ'ব ৷ ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে তলত সেই ৱেৱচাইট সমূহ উল্লেখ কৰা হৈছে ৷

http://results.sebaonline.org/

http://www.assamresult.in/p/seba-hslc-ahm-class-10-board-result.html

http://results.indiaresults.com/nl/nbse/result-of-hslc-exam-result-2020/query.htm

https://exametc.com/result.php

https://assamjobalerts.com/



উক্ত ৱেৱছাইটত ক্লিক কৰি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ RESULTS সমূহ ঘৰতেই লাভ কৰিব পাৰিব ৷ ইয়াৰ উপৰিও তেওঁলোক তলৰ লিংকটোত ক্লিক কৰি PLAYSTORE ৰ পৰা  HSLC APP DOWNLOAD কৰিও নিজৰ RESULTS চাব পাৰিব ৷

https://play.google.com/store/apps/details?id=com.app.SEBA&hl=en_IN

ALL  THE  BEST  


Tags

Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment