ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Exercise : R - 4-Maths-Class 10-NCERT SOLUTIONS -Revision (অনুশীলনীঃ R - 4 -দশম শ্ৰেণী )-গণিত

Admin
1

   Exercise : R - 4(অনুশীলনী ঃ  R - 4) 

________________________________________________________________________


Questions Papers :  
















(1)  মান  নিৰ্ণয়  কৰা ঃ 

(i) 11^3

(ii) 2 x 10^3

(iii) (1/2)^-5

(iv) (-4)^-2

(2) তলৰ  প্ৰতিটো  সংখ্যাক সিহঁতৰ  মৌলিক  উৎপাদকৰ  ঘাতৰ  পূৰণৰূপে  প্ৰকাশ  কৰা ঃ 

(i) 729

(ii) 3125

(iii) 3600

(iv) 108 x 192 

(3)  সৰল  কৰা  :  

(i) (-3)^2  x  (-5)^2 

(ii) ( 2^3 x 2 )^4
  
সমাধান ঃ 


(iii)  2^0  x 3^0 x 4^0 

(iv) (5/8)^-7  x  (8/5)^-4

সমাধান : 


(4) তলৰ  সংখ্যাবোৰ  তুলনা  কৰা ঃ 

(i) 2^8  ,  8^2  

(ii) 2.7  x  10^12  ,    1.5  X  10^8 

সমাধান : 
(5) তলৰ  ফলাফলবোৰ  ধনাত্মক  সূচকেৰে  প্ৰকাশ  কৰা  ঃ

(i) 2^-3  x  (-7)^-3  

(ii) (-3)^-4  x  ( 5/3)^-4

(6) তলৰ  সংখ্যাবোৰ  প্ৰামাণিক  ৰূপত  প্ৰকাশ  কৰা  ৷

(i) 3430,000

(ii) 70,040,000,000

(iii) 0.00000015

(iv) 0.00001436

সমাধান ঃ 


(7) তলৰ  সংখ্যাবোৰ  সাধাৰণ  ৰূপত  প্ৰকাশ  কৰা  ঃ 

(i) 1.0001 x 10^9

(ii) 3.02 x 10^-6 

(8) m  নিৰ্ণয়  কৰা  যাতে  (-3)^m + 1  x  (-3)^5  =  (-3)^7   হয়  






(9)  এটা  উদ্ভিদকোষৰ  আকাৰ  ( ব্যাস) 0.00001275 মিটাৰ  , ইয়াক  মান্য  ৰূপত  প্ৰকাশ  কৰা ৷ 

(10)  এটা  থাকত 20 মিমি বেধৰ 5  খন  কিতাপ  আৰু  0.016  মিমি  বেধৰ  5  খিলা  কাগজ  আছে  ৷ থাকটোৰ  মূঠ  বেধ  কিমান ? 

(11) তলৰ  প্ৰতিটো  প্ৰশ্নৰ  কাৰণে  চাৰিটা  উত্তৰ  লিখা  আছে  ৷ শুদ্ধ  উত্তৰটো  লিখিবা ৷ 

(a) 3^-3 ৰ  মান  হ'ব ঃ 

(i) 3^3

(ii) 3^1/3

(iii) 1/3^3

(iv) 3 x3 

(b) (2/3)^2  ৰ  মান  হ'ব  ঃ  


(i) 1/(2 x 3)^2

(ii) (2 x 3) ^-2

(iii) (3/2)-2

(iv) (3/2)^1/2

(c) (-2/3)^4 ৰ  মান  হ'ব  ঃ 

(i) 8/12

(ii) 16/81

(iii) -16/18

(iv) -8/12

(d) 0.000064  ৰ  প্ৰামাণিক  ৰূপটো   হ'ল ঃ  

(i) 64  x  10 ^4 

(ii) 64  x  10^-4 

(iii) 6.4  x  10^5 

(iv) 6.4 x 10^-5 

(e) 2.03  x  10^-5  ৰ  মানটো  হ'ব  ঃ 

(i) 0.203

(ii) 0.0000203

(iii) 203000

(iv) 0.00203

সমাধান ঃ 



Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment