ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

CLASS 10th SOCIAL SCIENCE ( সমাজ বিজ্ঞান )COMMON QUESTION FOR HSLC 2020

Admin
2

SOCIAL SCIENCE ( সমাজ বিজ্ঞান )COMMON  QUESTION  FOR  HSLC  2020 : 



FOR  4/5  Marks  :

1. বংগ  বিভাজন  বুলিলে  কি বুজায়  ?  অসমত  ইয়াৰ  প্ৰভাৱ  কেনে  আছিল  ?

2.আইন  অমান্য  আন্দোলন  আৰম্ভ  কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল  ?  গান্ধীজীয়ে এই আন্দোলন কেনেদৰে  আৰম্ভ  কৰিছিল  , আলোচনা কৰা ৷

3. অসমত  1857 -58  চনত  কিয়  বিদ্ৰোহ সংঘটিত হৈছিল ?

4. অসমত 1857-58 চনৰ  বিদ্ৰোহ ব্যৰ্থ হোৱাৰ  কাৰণবোৰ  আলোচনা  কৰা ৷

5. ভাৰত  ত্যাগ  আন্দোলনত  অসমৰ  মানুহৰ  ভুমিকা সম্বন্ধে চমুকৈ  আলোচনা  কৰা ৷

6. অসমত  ভাৰত  ত্যাগ  আন্দোলনৰ  কাৰ্যাৱলী  আৰু  প্ৰভাৱ সম্পৰ্কে এটি  খতিয়ান  দাঙি  ধৰা ৷

7. অসমৰ  লোক  সংস্কৃতিলৈ  বিহুৰ  অৱদান সম্পৰ্কে  মতামত  দিয়া ৷

8. অসমৰ  চিত্ৰ  কলাৰ  ঐতিহ্যৰ  বিষয়ে  চমুকৈ  লিখা ৷

9. অৰ্থনৈতিক  ভূগোল  কাক  বোলে  ?  অৰ্থনৈতিক  ভূগোলৰ  তিনিটা  প্ৰধান  শাখাৰ  নাম  উল্লেখ  কৰা ৷  (  3 )

10. প্ৰদুষণ কি ?  বায়ু  কেনেকৈ প্ৰদূষিত  হয়  লিখা ৷ ( 3)

11. ' গোলকীয়  উষ্ণায়ন  '  মানে  কি  ?  গোলকীয়  উষ্ণায়ন  সম্পৰ্কে  চমুকৈ  আলোচনা  কৰা  ৷

12. এচিয়া  মহাদেশৰ  জলবায়ু  ভিন্ন  হোৱাৰ  কাৰকবোৰ  আলোচনা  কৰা ৷

13. অসমৰ  পৰ্যটন  উদ্যোগৰ  যি  কোনো  চাৰিটা  সমস্যা  উল্লেখ  কৰা ৷

14.ৰাষ্ট্ৰীয়  মানৱ  অধিকাৰ  আয়োগৰ  কাৰ্য্যৱলী  ব্যাখ্যা কৰা ৷

15. বাণিজ্যিক  বেংকৰ  কাৰ্য্যাৱলীসমূহ  ব্যাখ্যা  কৰা  ৷

16. কেন্দ্ৰীয়  বেংকৰ  কাৰ্য্যাৱলীসমূহ  ব্যাখ্যা কৰা ৷

17. মুদ্ৰাৰ কুফলসমূহ  ব্যাখ্যা  কৰা  ৷

18.মানৱ  উন্নয়ন  সূচকৰ  বিষয়ে  চুমকৈ  আলোচনা  কৰা  ৷

19. অৰ্থনৈতিক  বিকাশ  আৰু  অৰ্থনৈতিক  উন্নয়ন  মাজত  পাৰ্থক্য  লিখা ৷

20. বিনিময়  প্ৰথাৰ  অসুবিধা  সমূহ  লিখা ৷ 

Post a Comment

2Comments

Please don't use spam link in the comment box.

Post a Comment