ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Accountancy( Class XII ) AHSEC - Model Question ( Homework) -Given by Ritumoni Borboruah

Admin
1

         ACCOUNTANCY - হিচাপবিদ্যা - CLASS - XII -HS


1. জমা  আৰু  খৰচ  হিচাপৰ  তিনিটা  বৈশিষ্ট্য  লিখা  ৷ 3

Ans  :  জমা  আৰু  খৰচ  হিচাপৰ  তিনিটা  বৈশিষ্ট্য  হ'ল  : 

(i)  ই  এটা  নগদ  হিচাপৰ  সংক্ষিপ্ত  বিৱৰণী ৷

(ii) ই  এটা  বাস্তৱ  হিচাপ ৷

(iii) নগদ  লেনদেনৰ  বাহিৰে  আন  কোনো  লেনদেন এই  বহীত  লিখা  নহয়  ৷ 

2. জমা  আৰু  খৰচ  আৰু  আয়-ব্যয়  হিচাপৰ  মাজত  থকা  পাঁচটা  পাৰ্থক্য  লিখা ৷ 5

Ans : জমা  আৰু  খৰচ  আৰু  আয়-ব্যয়  হিচাপৰ  মাজত  থকা  পাঁচটা  পাৰ্থক্য  হ'ল : 


3. অনালাভকাৰী  প্ৰতিষ্ঠানৰ  দুটা  বৈশিষ্ট্য  উল্লেখ  কৰা  ৷ 2

Ans :  অনালাভকাৰী  প্ৰতিষ্ঠানৰ  দুটা  বৈশিষ্ট্য  হ'ল -

(i) অনালাভকাৰী  প্ৰতিষ্ঠান  লাভৰ  উদ্দেশ্য  গঠন  কৰা  নহয়  ৷

(ii) সমাজ  তথা  সভ্যসকলক  সেৱা আগবঢ়োৱা  হৈছে  এই  প্ৰতিষ্ঠানৰ  মূখ্য উদ্দেশ্য  ৷ 

4.  লাভ  নোলোৱা  প্ৰতিষ্ঠানৰ  অৰ্থ  লিখা ৷ 2

Ans : যিবোৰ  প্ৰতিষ্টান  লাভ অৰ্জনৰ  বিপৰীতে ইয়াৰ  সভ্য  তথা  জনসাধাৰণক  সেৱা  আগবঢ়োৱাৰ  উদ্দেশ্য  গঠন  কৰা  হয়  তেনে প্ৰতিষ্ঠানক  লাভ  নোলোৱা  প্ৰতিষ্ঠান  বোলা  হয়  ৷ 

5. পুজিঁ ভিত্তিক  হিচাপকৰণ   আৰু  অপুজিভিত্তিক  হিচাপকৰণৰ  মাজত  তিনিটা  পাৰ্থক্য  উল্লেখ  কৰা ৷ 3

Ans : পুজিঁ ভিত্তিক  হিচাপকৰণ   আৰু  অপুজিভিত্তিক  হিচাপকৰণৰ  মাজত  তিনিটা  পাৰ্থক্য  হ'ল :


7.  পুজিঁ ভিত্তিক  হিচাপকৰণৰ  অৰ্থ  ব্যাখ্যা  কৰা ৷ 3

Ans :

8. Calculate  current  ratio from  the  following  information  :  3

Stock  : 75,000
Debtors  :  60000
B/R : 15,000
advance  tax  :  6000
cash : 30,000
Creditors : 75,000
B/P : 40,000
B/O : 6,000

Solution :

Post a Comment

1Comments

Please don't use spam link in the comment box.

  1. these was already taught our teacher, give us some different, like 1 mark que., some making illustrations etc. thank you.....

    ReplyDelete
Post a Comment