ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ASSAMESE GRAMMAR SOLVED PAPER -2012 - 2ND YEAR.-AHSEC

Admin
1
                                         অসমীয়া ব্যাকৰণ

1.  অসমীয়া  কাৰক  কেইবিধ আৰু  কি  কি  ?   প্ৰতিবিধৰে সূত্ৰ  লিখি  কি কি  বিভক্তি  প্ৰয়োগ কৰা হয়  উদাহৰণসহ  বুজাই লিখা ৷  [2 + 2+ 2 = 6]

উত্তৰ  :  Available  SOON.

2.  শব্দ  বিভক্তি  কাক  বোলে ?  অসমীয়া  ভাষাত শব্দ বিভক্তি কেইপ্ৰকাৰৰ  বুজাই  লিখা ৷ [2 + 4 = 6 ] 

উত্তৰ : 

3. নিৰ্দিষ্টতাবাচক  প্ৰত্যয় কাক  বোলে  ?  অসমীয়া ভাষাত  ব্যৱহাৰ কৰা কেইবিধমান নিৰ্দিষ্টতাবাচক প্ৰত্যয় উদাহৰণসহ দাঙি ধৰা ৷ [ 2 + 4 = 6 ]

উত্তৰ : 

4. তলত দিয়া  যিকোনো  তিনিটা শব্দ ভাঙি কি প্ৰত্যয় যোগ কৰা হৈছে লিখা ৷  [3 x 2 = 6  ] 
বুধিয়ক , ৰোৱনী , মানহজন , ধাননি , দেখনিয়াৰ , নগৰীয়া

উত্তৰ : 
5. তলত  দিয়া  খণ্ডবাক্যবোৰৰ অৰ্থ লিখি একোটাকৈ  বাক্য ৰচনা কৰা  ( যিকোনো চাৰিটা )  [3 x 2 = 6  ] 
পানীত হাঁহ নচৰা , হাড়ক মাটি কৰ , হাত দীঘল , কাণে কাণে মাৰি , পানীৰ তলৰ কাঁইট , আথে বেথে 

উত্তৰ : 

6. তলত দিয়া  যিকোনো  এটি বিষয় লৈ এখন ৰচনা লিখি উলিওৱা :                                                   15
(ক)  অসমৰ  লোক সংস্কৃতি  
(অৱতৰণিকা -   সংস্কৃতি  আৰু লোক সংস্কৃতিৰ সাধাৰণ পৰিচয় - লোক সংস্কৃতিৰ বৈশিষ্ট্য - অসমীয়া লোক সংস্কৃতিৰ উপাদান - উপসংহাৰ )

উত্তৰ : 

(খ) বিজ্ঞান আৰু মানৱ সভ্যতা 
(অৱতৰণিকা - বিজ্ঞান কি আৰু কাক বোলে - মানৱ সভ্যতাৰ অগ্ৰগতিত বিজ্ঞানৰ ভূমিকা - বিজ্ঞানৰ উপকাৰিতা - বিজ্ঞানৰ অপকাৰিতা - উপসংহাৰ )

উত্তৰ : 

(গ) পৰিৱেশ প্ৰদুষণ আৰু ইয়াৰ প্ৰতিকাৰ 
( অৱতৰণিকা - পৰিৱেশ প্ৰদুষণৰ কাৰণ - বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ - প্ৰতিকাৰৰ উপায় - উপসংহাৰ )

উত্তৰ : 

(ঘ)  শিক্ষানুষ্ঠানত খেল ধেমালি :  ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা :
( অৱতৰণিকা - শিক্ষানুষ্ঠান আৰু খেল ধেমালি - খেল ধেমালিৰ প্ৰকাৰ - স্বাস্থ্য ৰক্ষাত খেল ধেমালি - খেল ধেমালিৰ উপকাৰিতা - অপকাৰিতা - উপসংহাৰ )
উত্তৰ : 

Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment