Gorajan Goodluck Tutor Centre

শিক্ষাই মানুহক মুক্তি দিয়ে

YOUR QUESTIONS OUR ANSWERS( আপোনাৰ প্ৰশ্ন আমাৰ উত্তৰ- তলৰ লিংকটোত ক্লিক কৰক )

HOT QUESTION-ANSWERS ( EMERGENCY)

HOT QUESTION
তোমাৰ উত্তৰসমূহ ( YOUR ANSWERS)

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা

আমাক প্ৰশ্ন সুধিবলৈ তলৰ Whatsapp ত ক্লিক কৰা
Ask Question

HS result

HS Result 2021
HS Result ৰ বাবে ক্লিক কৰা

LINK-1

HSLC আৰু AHM RESULTS -link 2
নিজৰ RESULTS চাবলৈ ইয়াত ক্লিক কৰা (LINK 2)
ইংৰাজী ভয় লাগে নেকি?
ইংৰাজীত দুৰ্বল নেকি ? আহক ইংৰাজীত কথা পাতিবলৈ শিকো মাত্ৰ ৪৯৯ টকাত
ALL ANSWERS
CHOOSE YOUR CLASS [উত্তৰ পাবলৈ নিজৰ শ্ৰেণীটো বাছনি কৰক ]

Your Questions( আপোনাৰ প্ৰশ্ন )

প্ৰশ্ন সুধিব পাৰা
টান লগা বিষয়টোত আমি সহায় কৰিম

Your Answers (আপোনাৰ উত্তৰ)

YOUR ANSWERS
আপুনি আগতে আমাক পঠিওৱা প্ৰশ্নৰ উত্তৰসমূহ ইয়াত পাব
HSLC 2021
NOW YOU CAN BUY YOUR IMPORTANT EBOOK HERE

Money and Banking(মুদ্ৰা আৰু বেংক ব্যৱস্থা) [Social science , NCERT Class X]

    Money  and  Banking(মুদ্ৰা  আৰু  বেংক  ব্যৱস্থা)  

_________________________________________________________________________

CLASS X SEBA SOCIAL SCIENCE

            Money  and  Banking(মুদ্ৰা  আৰু  বেংক  ব্যৱস্থা)  


Textbook  Page  No  :  38  Very  short  answer  type  questions  :  

1. What  is  barter  ? (বিনিময় প্ৰথা কি ? )

Ans :  The  term   ‘barter’  refers  to   a  system   of  trade   in   which    commodities   are  directly  exchanged   against   commodities. (সামগ্ৰীৰ  বিপৰীতে  সামগ্ৰীৰ  প্ৰত্যক্ষ  বিনিময়েই  হ'ল  বিনিময়  প্ৰথা ) 

2. What  is  Money  ?(মুদ্ৰা  কি ? )

Ans  :  In  the  words  of  Geoffrey  Crowther,  “Anything    that  is   generally   acceptable    as  a  medium   of  exchange  is  money .” ( ইংৰাজ  অৰ্থনীতিবিদ  জিয়ফ্ৰী  ক্ৰাউথাৰৰ  মতে  বিনিময়ৰ  মাধ্যম  হিচাপে  সাধাৰণ  গ্ৰহনযোগ্যতা  থকা  আৰু লগতে  সামগ্ৰীৰ  মূল্যৰ  মাপকাঠি  আৰু  মূল্যৰ  ভাণ্ডাৰ  হিচাপে  কাৰ্য সম্পাদন  কৰা  যিকোনো  সামগ্ৰীই  হ'ল  মুদ্ৰা ৷ ) 

3. Mention  one  important  function  of  money  ?(মুদ্ৰা এটা  মুখ্য  কাৰ্য  উল্লেখ  কৰা )

Ans  :  An   important   function   of  money  is  that   it   serves   as  a  medium   of  exchange    to   facilities   transactions. ( ই  বিনিময়ৰ  মাধ্যম  হিচাপে  কাম  কৰে ) 

4. Give  one  example  of  non-legal  tender  money  ?(অবিহিত  মুদ্ৰাৰ এটা  উদাহৰণ  দিয়া )

Ans  :  One  example  of  non -  legal    tender  money   is   cheque  money. ( চেক বা ধনাদেশ ) 

5. What  is  representative  paper  money  ?(প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা  কি ? )

Ans  :  Representative  paper   money   refers   to   symbolic  money  which  is   capable  of   conversion  into  gold   or   silver   of  equivalent   value . ( কাগজী  মুদ্ৰাই  ধাতুগত  মুদ্ৰাৰ  স্থান  অধিকাৰ  কৰি  আছে ৷ এই  মুদ্ৰা  সম মূল্যৰ  সোণ  বা  ৰূপলৈ  পৰিৱৰ্তিত হয় ৷ এনে  কাগজী  মুদ্ৰাক  প্ৰতিনিধিত্বমূলক কাগজী  মুদ্ৰা  বোলে )

6. What  is  bank  ?(বেংক  কি ? )

Ans  :  A  bank   is  financial  institution   that  accept  deposits  and   grants   loans.
( বেংক  হ'ল  এটা  বিত্তীয়  প্ৰতিষ্ঠান   যিয়ে  ঋণৰ ব্যৱসায়  কৰে  আৰু সঞ্চকাৰীৰপৰা সঞ্চয়  সংগ্ৰহ  কৰে  ৷ )

7. In  which  year  was  the  Reserve  Bank  Of  India  set  up  ?(ভাৰতীয়  ৰিজাৰ্ভ বেংক কোন  চনত  স্থাপিত  হৈছিল ? )

Ans  :  Reserve    Bank  of  India   is  set  up in  1935. ( ১৯৩৫ চনত ৷ )

8. What  is  current  deposit  ? (চলিত  আমানত কি ? )

Ans :   A   current   deposit  refers   to   a  savings   account   wherein   the  saver   or  depositor    can  withdraw   money   at   any   time.( চলিত  আমানত  হ'ল  সেই  আমানত য'ত  সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ  সঞ্চয়  যিকোনো  সময়তে  চেকৰ  জৰিয়তে  উলিয়াই  আনিব  পাৰে ) 

                     Short  answer  type  questions 

1. How  does  the  lack  of  double  coincidence  of  wants  create  problem  in  the  barter  system  ?(সংগতিবিহীন  অভাৱে  বিনিময়  প্ৰথাত  কিদৰে  সমস্যাৰ  সৃষ্টি কৰে ? )

Ans  :  The   barter   system   is   dependent  on   double  coincidence   of  wants .  it  is  impossible  to    trade   if    there   is  lack   of  double  coincidence    of  wants .  For  example , if  A   and  B   want  to  barter ,  then   A  must   have  what  B  wants .  At  the  same  time  B  must  have  A  wants .  if  A  and  B  do  not    meet   this  criterion,  then  it  implies  lack    of  double    coincidence  of  wants  in  such  a  case , trading  is  not  possible. ( ধৰাহ'ল  A  ধানৰ  প্ৰয়োজন  হোৱা  নাই  আৰু  B  য়ে মুদ্ৰাহে  বিচাৰিছে , তেনে অৱস্থাত  A  আৰু  B ৰ  মাজত  বিনিময়  হ'ব  নোৱাৰে ৷  A  এ  যি  বিচাৰিছে  সেয়া  B  ৰ  ওচৰত  থাকিব লাগিব আৰু লগতে  B এ যি  বিচাৰিছে  সেয়া  A ৰ ওচৰত  থাকিব লাগিব তেতিয়াহে  বিনিময় হ'ব ৷ সংগতিবিহীন অভাৱে বিনিময়  প্ৰথাত এনে সমস্যাৰ সৃষ্টি কৰে ৷ )
   
2. What  is  meant  by  store  of  value  ? ( মূল্যৰ  ভাণ্ডাৰ  বুলিলে  কি  বুজা ? )

Ans  :   store   of  value  refers  to   that    function   of  money   which   enables  it  to  be  stored   and    retrieved    at  a   later  period  of  time.  Money  can  be  stored   because  it  is  durable   in  nature.মুদ্ৰাক সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয়। কাৰণ সা- সামগ্রী বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰি । বিনিময় প্ৰথাত সঞ্চয়ৰ ভাণ্ডাৰ নাছিল । মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি । সামগ্ৰীৰ দৰে মুদ্ৰা নষ্ট হৈ নাযায়।ইয়াক বেংকত জমা ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে যিকোনো সময়ত উলিয়াই সা-সমগ্রী ক্ৰয় কৰিব পাৰি ।সেয়ে মুদ্ৰা হ' ল সা- সামগ্ৰীৰ মূল্যৰ  ভাণ্ডাৰ )

3. Which  characteristics  of  money  is  the  most  important  one  and  why  ?( মুদ্ৰাৰ  কোনটো  বৈশিষ্ট্য  সবাতোকৈ  গুৰুত্বপৃৰ্ণ  আৰু কিয় ? )

Ans  :  The  most   important  characteristic   of  money   is  its  general  acceptability.  Money  serves as  a   medium   of  exchange  because  it  is  readily   accepted  by    the  general  public  without  any  hesitation .(মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্য থাকিব লাগিব ন'হলে মুদ্ৰা বিনিময়ৰ  মাধ্যম হ'ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্টসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ।বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্য মুদ্ৰা এবিধ সামগ্ৰী যাৰ সহায়ত সকলো বস্তু আৰু সেৱাকাৰ্যৰ  মূল্য প্ৰকাশ কৰা হয় আৰু যাৰ যোগেদি সঞ্চয়, ঋণ গ্ৰহণ আৰু ঋণ পৰিশোধ কাৰ্য সম্পাদন কৰা হয়।)
4. What  is  liquidity  of  money  ?(মুদ্ৰা  তাৰল্য  গুণ  কি ? )

Ans  :  Liquidity  of  money  refers   to  the  measure  of  the  ability  by  which  money   can  be  immediately  converted   into  goods  and  services  required   by  the  holder  of  money. Money  is  considered   to  be   the  most  liquid  asset  because  it  can  be   easily  converted  into  other  assets  . Besides money ,  other  liquid   assets   are  land ,  silver ,  gold,  etc . (যিকোনো মুদ্ৰা সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যজ্ঞভাৱে ৰূপান্তৰিত হোৱাকে মুদ্ৰাৰ তাৰল্য গুণ থকা বুলি কোৱা হয় ।মুদ্ৰা সামগ্ৰীলৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয় । বিনিময় প্ৰথাত সামগ্ৰীৰ তাৰল্য গুণ নাথাকে কাৰণ সামগ্ৰী তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সমগ্ৰীলৈ ৰূপান্তৰ হ'লেও সমগ্ৰীবোৰ বেছিদিন সঞ্চয় কৰি ৰাখিব নোৱাৰি ।)

5. ‘ Money  is  the  common  unit  of  measurement of  the value  of  goods and  services ’- Explain . ( ' মুদ্ৰা সা -সামগ্ৰীৰ মূল্যৰ  উমৈহতীয়া  মাপকাঠী ' - ব্যাখ্যা কৰা ৷ )


Ans  :  We  know  that   all   economic  goods  have  prices.  As  a   measure  of  value ,  money  helps  in  expressing  the  value  of  goods  and  services   in  terms  of  price. Since   money  is  the  common  unit  of  measurement,  it  becomes   very   easy  to  determine  the  value  of  goods  and  services   and  make  a  comparison     thereof.   Thus,  it   has   been  rightly   said  that   “Money  is   the  common   unit  of   measurement   of   the   value   of   goods   and   services”(মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি । মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে।সকলো আৰ্থিক সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱাকাৰ্যৰ মূল্য নিৰূপন কৰা হয় ।কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয়। সকলো বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰী মূল্য মুদ্ৰাৰ মাধ্যমৰে প্ৰকাশ কৰা হয় আৰু সেই কাৰণে মুদ্ৰাই মূল্যৰ মাপকাঠি । ) 

6. What  is the  difference  between  limited  and  unlimited  legal  tender  ? ( সসীম বিহিত  আৰু অসীম  বিহিত  মুদ্ৰাৰ  পাৰ্থক্য  লিখা ) 

Ans   :    The   difference   between  limited   and   unlimited   legal   tender  are  :

      


(সসীম বিহিত মুদ্ৰা অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য হ'ল-
ক) যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি, সেই মুদ্ৰাকে সসীম মুদ্ৰা বোলে।
  আনহাতে, যি মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেন-দেন সম্পাদন কৰিব পাৰি, সেই মুদ্ৰাকে অসীম বিহিত মুদ্ৰা বোলে ।
খ) সসীম মুদ্ৰা নাথাকিলে কিছুমান লেন-দেনৰ ক্ষেত্ৰত আহুকালে দেখা দিব পাৰে। কিন্তু অসীম মুদ্ৰাৰ তেনেকুৱা কোনো অসুবিধা দেখা নাযায় ।
গ) কম মূল্যৰ কাগজী বা ধাতু মুদ্ৰা সসীম মুদ্ৰাৰ ক্ষেত্ৰত প্ৰযোজ্য । কিন্তু, অধিক মূল্যৰ মুদ্ৰা যেনে চেক মুদ্ৰা অসীম মুদ্ৰা হ'ব পাৰে ।)

7. What  are  the  functions  of  the  Regional  Rural  Banks  ? ( আঞ্চলিক  গ্ৰাম্য বেংকে  কি  কাৰ্য্য  সমপাদন  কৰে ? ) 

Ans  :  The  functions  of  the  Regional   Rural  Banks  are  :
(i) Granting  loans  and  advances  to  the  villagers  at  nominal rate  of  interest   and  thus   relieving   them  from   the  high   rate  of  interest    charged  by   the   private  money  lenders.
(ii) Encouraging  rural   savings  and   mobilising   these  savings  for  investment  in  various   productive  activities.( ক) বেপাৰী, মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া ।
খ) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্য সেই সঞ্চয় ব্যয় কৰা ।)

8. How  are  the  Non Banking  Financial  Institutions  different  from  the  banks ? ( অনা -বেংক প্ৰতিষ্ঠানসমূহে  বেংকতকৈ  কি  অৰ্থত  বেলেগ ? ) 

Ans :   The  Non banking  financial  institutions  differ   from  banks  in  the  following  respects  :

[ ক) বেংকৰ ক্ষেত্ৰত যিদৰে চেকৰ জৰিয়তে সংশয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে, নিজৰ জমা ধন উলিয়াই আনিব পাৰে, অনা-বেংক প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সেয়ে চেকৰ জৰিয়তে এনেবোৰ প্ৰতিষ্ঠানৰ পৰা সংশয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে।
খ) বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু আনা- বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে। ]

                 Long  answer  type  questions  : 

1. Explain  four  demerits  of  the  barter  system  . ( বিনিময়  প্ৰথাৰ  চাৰিটা  অসুবিধা  ব্যাখ্যা কৰা ) 

Ans  :  The  demerits of  the  barter  system    are  :
(i) Difficulty  of  meeting  double  coincidence  of  wants :  The  barter  system  is  dependent  on  double  coincidence  of wants ,  by  which  the  goods  possessed  by two  different  individuals  must   be  needed  by   each   other. If  this  criterion  is  not  fulfilled,  trading    is  not  possible  under  barter  system.
(ii) Lack  of  common  unit  of  account  :  All  commodities   are  valued   in  terms   of  the  value   of  another  commodities,  so   the  rate    of  exchange   is  different   for  every  commodity  against  the  other  items. this  is  impossible   to   maintain  and  remember.
(iii) Indivisibility   of  exchangeable   commodities  :  The  barter   system   does  not  work   when  the  exchangeable  commodities  are  indivisible   in  nature.  It  is  quite   troublesome  when  a  big   indivisible  commodity   
(iv) Difficulty  of  storage   and  savings  :  Under  barter  system, wealth  is  stored  in  terms  of  goods  and   services.  However,  storage   of  value  in  terms  of  goods  is  subject  to certain  problems   
[  বিনিময়  প্ৰথাৰ  চাৰিটা  বৈশিষ্ট্য  হ'ল : 
(ক) অভাৱৰ  পাৰস্পৰিক  সংগতিহীনতাঃ বিনিময়  প্ৰথা  কাৰ্যকৰী  হ'বলৈ  দুজন  ব্যক্তিৰ অভাৱ পৰস্পৰৰ পৰিপূৰক  হ'ব  লাগিব ৷ যদি  এজন  ব্যক্তিয়ে  কাপোৰৰ  বিনিময়ত  চাউল  বিচাৰে  আৰু  আন এজন  ব্যক্তিয়ে  চাউলৰ  বিনিময়ত  কাপোৰ  বিচাৰে ৷ এই  ক্ষেত্ৰত ব্যক্তি দুজন  পৰস্পৰ  নিৰ্ভৰশীল  আৰু  তেওঁলোকৰ অভাৱ  পৰস্পৰৰ  পৰিপূৰক ৷ কিন্তু কাপোৰৰ  গৰাকীজনে  কাপোৰৰ পৰিৱৰ্তে  চাউল  নিবিচাৰি সৰিয়হৰ তেল বিচাৰিলে  এই  ব্যক্তি দুজনৰ  অভাৱ  সামঞ্জস্যহীন  হ'ব  আৰু  এনে  অৱস্থাত  বিনিময়  প্ৰথা  কাৰ্যকৰী  নহ'ব ৷
(খ) মূল্য  নিৰ্ধাণৰ  অসুবিধাঃ পণ্য  বিনিময়  প্ৰথাত  দ্ৰব্যৰ  মূল্যাংকনৰ  ক্ষেত্ৰত  সমস্যাৰ  সৃষ্টি  হয়  ৷  বিনিময়ৰ  ক্ষেত্ৰত  বিভিন্ন  সামগ্ৰীৰ  মূল্য  নিৰ্ধাৰণৰ  উমৈহতীয়া  একক  নাথাকে ৷ এনে  অৱস্থাত  সকলো  সামগ্ৰীক  এটা  সাধাৰণ  মূল্যমানেৰে  প্ৰকাশ  কৰাটো  অসম্ভৱ  হৈ  পৰে  ৷ দ্ৰব্যৰ  মূল্য  নিৰ্ধাৰণ  সাধাৰণতে  অভাৱৰ  তীব্ৰতাৰ  ওপৰতেই  নিৰ্ভৰ  কৰে  ৷ 
(গ) বিভাজ্যতাৰ  অসুবিধাঃ  সামগ্ৰীসমূহৰ  অবিভাজ্যতাই  বিনিময়  প্ৰথাৰ  সমস্যাৰ  সৃষ্টি  কৰে  ৷ কিছুমান  সামগ্ৰী  অবিভাজনীয়  ৷ এইবোৰৰ  লগত  আন  বস্তুৰ  বিনিময়  ্লাভজনক  নহ'ব  পাৰে ৷ উদাহৰণস্বৰূপে  হাতীৰ  সলনি  কিছু পৰিমাণ  চাউলৰ  বিনিময়  লাভজনক  নহয়  কাৰণ  চাউলৰ  পৰিমাণ অনুযায়ী  হাতীক  ভাগ  কৰিব  নোৱাৰি ৷ বিভাজনীয়তা  গুণ  নথকাৰ  বাবে  বিনিময়  প্ৰথাত  বিনিময়  কাৰ্য  কঠিন  হৈ  পৰিছিল ৷
(ঘ) সঞ্চয়ৰ  অসুবিধাঃ সঞ্চয়  আয়ৰ  এটা অংশ  ৷  ভবিষ্যতাৰ  নিৰাপত্তা  , লে-দেন  বা উপাৰ্জনৰ  বাবে  মানুহে  সঞ্চয়  কৰিব  বিচাৰে  ৷  পণ্য  বিনিময়  প্ৰথাত  সঞ্চয়  বুলিলে  উৎপাদিত  বস্তুৰ  সঞ্চয়ক  বুজায় ৷ কিনতু  উৎপাদিত  সামগ্ৰীবোৰ  দীৰ্ঘদিন  সঞ্চয়  কৰি ৰখা  সম্ভৱ  নহয়  ৷ কিছুমান  বস্তু  আছে  যিবিলাক  অতি  সহজে  বিনষ্ট  হ'ব  পাৰে  ৷   ]
  
2. Explain  any  four  characteristics  of  money. ( মুদ্ৰাৰ  যিকোনো  চাৰিটা  প্ৰধান বৈশিষ্ট্য  ব্যাখ্যা  কৰা  ৷ ) 

Ans  :  The  characteristics   of  money  are :  
(i) General  acceptability  :  In  order  to  serve  as  a  medium  of   exchange ,  money  must   be  readily  accepted  by  the  general  public  without  any  hesitation.
(ii) Cognizability :By  the  term  cognizability of  money , we  mean  that   money  should   be   capable   of  being   easily  recognised.
(iii) Durability  :  Durability  of  money   means  that  money  should  not   get  deteriorated   over  an  extended   period  of  time.  If  money  would  get  deteriorated,  then  it  wouldn’t   be  possible  to  store  and  save  money
(iv) Homogeneity  :  Money   must  be  homogenous  in  nature  .  In  simple  words  money  of  same  denomination  should  be  identical   in  all  aspects .
(v) Liquidity  :  Money  must be   characterised  by  liquidity. Here,  liquidity   means    the  ability  of  money  to get  easily  and  directly  converted  into  goods  and  services  as  and  when  the  holder  wants .
(vi) Transferability :  Money  must  be    transferable  in  nature.  By   transferability  of  money,  we  mean  that  the  holder  must  be  able  to  transfer  money  from  one  person  to   another    and  also   from  one   place  to  another  so  as  to  settle  transactions  for  this  purpose,  credit  cards ,  debit cards  and  core  banking  facilities  have   become  prominent   nowadays.
(vii) Divisibility :  Money  is  divisible   in  nature. High  denomination    money  can  be  easily   converted  into  smaller   denominations.
(viii) Stability:  Stability  of  value  is  an  important   characteristic   of   money.  If  there  is  unstability  in  the   value   of  money ,  then  it  would  become  difficult  for  people  to  save  money  as  a  store  of  value.   
[ (ক) মুদ্ৰাৰ  সাধাৰণ  গ্ৰহণযোগ্যতা  থাকিব  লাগিব  নহ'লে  মুদ্ৰা  বিনিময়ৰ  মাধ্যম  হ'ব  নোৱাৰে  ৷
(খ) মুদ্ৰাৰ  চিনাক্তকৰণ  সহজ  হ'ব  লাগিব ৷ আন  সকলোবোৰ  সামগ্ৰীতকৈ ই  বেলেগ  হ'ব  লাগিব ৷ মুদ্ৰাৰ  চিনাক্তকৰণ  সহজ  নহ'লে  সামগ্ৰী  বেচা - কিনাৰ  সময়ত  জটিলতাই  দেখা  দিব ৷
 (গ) মুদ্ৰা  সহজেই  নষ্ট  হৈ  যোৱা  সামগ্ৰী  হ'ব  নোৱাৰে ৷ মাছ , কণী , গাখীৰ  ইত্যাদিৰ  কোনোটোৱেই  মুদ্ৰা  হ'ব  নোৱাৰে ৷ কাৰণ এইবোৰ  সামগ্ৰী  বেছিদিনলৈ  নিটিকে ৷ মুদ্ৰা  সঞ্চয়ৰ  ভাণ্ডাৰ  হ'ব  লাগিলে  মুদ্ৰা  বেছি  দিনলৈ  টিকিব  লাগিব ৷ 
(ঘ)মুদ্ৰাৰ  মূল্যৰ  স্থিৰতা  থাকিব  লাগিব  ৷  মুদ্ৰাৰ মূল্য  দ্ৰূতিত হ্ৰাস  পালে  মুদ্ৰাৰ গ্ৰহণযোগ্যতা লোপ  পাব ৷ সেইদৰে  মুদ্ৰা  সঞ্চয়ৰ  ভাণ্ডাৰ  হ'ব  নোৱাৰিব ৷  ]  

3. Explain  four  major  functions  of  money  .  ( মুদ্ৰাই  সম্পাদন  কৰা চাৰিটা  প্ৰধান  কাৰ্য ব্যাখ্যা  কৰা ৷ )

Ans  :  The  functions  of  money  can be  categorised  into  three  broad  heads  :
(A)  PRIMARY   FUNCTIONS :
(I) Medium   of  exchange  :  The    main   function   of  money  is  to  serve  as  a  medium    of   exchange .  We    use   money   as  a  means  of  transaction   of  all   goods  and  services.   Due  to   the  general   acceptability   of  money ,   the  exchange   of  any  service   or  commodity   is  possible   with  the  help   of  money.
(II) Measure   of  value  :  Money   serves  as  a   standard  of   measured .  prices  are  value  in  exchange   expressed   in  terms   of  money.   Money   is  the  common   unit   of   account  by   which  the  value  of  all  economic   goods   and  services  is   determined.
(B)  SECONDARY  FUNCTIONS   :  
(I)  Store   of  value  :  Money   is  a  liquidity   store   of   value  and  can  be  kept  for  future   use. It   is  highly   durable   and  can  be  easily   converted   into  any  goods  and  services.
(II) Standard   of  deferred   payments  :   When   money  is  generally  accepted  as  a   medium  of  exchange  and  a  unit   of  value, it  naturally   becomes  the  unit  in  terms  of  which  deferred   or  future   payments   are  stated .  Thus,  money  not  only  helps   current    transactions  but  also  facilitates.
(C)  CONTIGENT  FUNCTIONS : 
(i)  Optimum   mobilisation   of  money   from  the  richer   class  to  the  poorer   class  of  the  society   and  thus  help   in  reducing  economic  inequality .
(ii) Serves   as  a   basis    for   credit  creation.
[ (ক) বিনিময়ৰ  মাধ্যমঃ  সকলো  সামগ্ৰী  আৰু  সেৱাকাৰ্য্যৰ  বিনিময়ৰ  মাধ্যম  হিচাপে  মুদ্ৰাক  ব্যৱহাৰ  কৰা  হয়  ৷  সেই  কাৰণে  মুদ্ৰাক  বিনিময়ৰ  মাধ্যম  বুলিও  কোৱা  হয়  ৷ 
(খ) মূল্যৰ  মাপকাঠীঃ  মুদ্ৰাই  মুল্যৰ  মাপকাঠী  হিচাপে  কাৰ্য  কৰে  ৷ মুদ্ৰাৰ  মাধ্যমেৰে  সকলো  সামগ্ৰী  আৰু  সেৱাকাৰ্য্যৰ  মূল্যৰ  নিৰূপন  কৰা  হয়  ৷ কোনো  এটা  বস্তু  ক্ৰয়  কৰাৰ   বাবে  যি  পৰিমাণ মুদ্ৰা প্ৰদান কৰিব  লাগে  তাকে  বস্তুটোৰ  দাম  বোলে ৷ 
(গ)মূল্যৰ  ভাণ্ডাৰঃ মানুহে  উপাৰ্জনৰ  এটা  অংশ  সঞ্চয়  কৰি  ৰাখিব  বিচাৰে  ৷ মুদ্ৰাৰ যোগেদি এই  সঞ্চয়  কাৰ্য  সম্পাদন কৰা  হয়  ৷ ইয়াৰ  কাৰণ  মুদ্ৰাৰ  স্থায়িত্ব  ণ্ডণ অধিক আৰু মুদ্ৰাক  সঞ্চয়  কৰি  ৰখা সহজ ৷ সঞ্চয়ৰ  যোগেদি  মুদ্ৰাক  সামগ্ৰীলৈ  ৰূপান্তৰ  কৰিব  পাৰি ৷
(ঘ) স্থগিত  দেনা -পাওনাৰ  মানদণ্ডঃ মুদ্ৰা  কেৱল  বিনিময়ৰ  মাধ্যম , মূল্যৰ  মাপকাঠী  আৰু  মূল্যৰ  ভাণ্ডাৰেই  নহয়  , মুদ্ৰা  স্থগিত দেনা -পাওনাৰো মানদণ্ড ৷ মুদ্ৰাই  ঋণ  গ্ৰহণ , ঋণ প্ৰদান আদি  সকলো  লেন-দেনৰ মাধ্যম হিচাপে  কাৰ্য  কৰে ৷   ]




4. Is  cheque  money  ?  Give  reasons  for  your  answers . ( চেক এখন  মুদ্ৰা  নে  ?  তোমাৰ  উত্তৰৰ  সপক্ষে  যুক্তি  দৰ্শোৱা   ৷ )

Ans  :  No ,  cheque  cannot  be  considered   as  money  due   to  the   following  reasons  :
(i) Cheque    is   not  characterised   by   general   acceptability   as  the  medium  of  exchange.
(ii) Cheque  is  mere  promise  to  pay. It  is  not  a  payment .
(iii) Cheque  cannot  be  instantly   converted   into  money  ,i.e lacks liquidity.
(iv) Cheque  cannot  be  divisible  into  smaller  units.
(v) Cheque  does  not  possess  cognizability .transactions can  be  problematic   if  a cheque  bounces.
( চেক  মুদ্ৰা  নহয়  ৷ তলত  উল্লেখ  কৰা  কাৰণসমূহৰ  বাবে  চেক  মুদ্ৰা  নহয়  : 
(ক) ইয়াৰ  সাধাৰণ  গ্ৰহণযোগ্যতা  নাই 
(খ) ইয়াক  সৰু সৰু  এককত  ভাগ  কৰিব  নোৱাৰি 
(গ) ই  মুদ্ৰা  পৰিশোধৰ আদেশহে  মাথোন ৷ 
(ঘ)  ইযাক  তৎক্ষণাৎ  মুদ্ৰালৈ  পৰিৱৰ্তন  কৰিব  নোৱাৰি ৷ ) 
5. Mention  four  problem  associated  with  money  . ( মুদ্ৰাই  সৃষ্টি  কৰিব  পৰা  চাৰিটা  প্ৰধান  অসুবিধা  ব্যাখ্যা  কৰা  ৷ )  

Ans  :    The  progress  and  economic  development  of  any   country  depends  on  the  availability   of  money   in  that  country . All   economic  activities  of  a  country  such  as   production,  distribution  and  consumption  of  goods  and  services   are  closely  linke4d with  money .  However,  certain  problems  are  associated  with  money .These    problems  are  :
(i) Loss  of  value  :  One  of the  main  drawbacks  of  money  is  that  it  may bring  about  instability  in  the  country   as  a   result  of  inflation  and  deflation   caused  by  the  erosion  of  the  value  of  money .
(ii) Concentration  of  wealth  :  Money  often  leads  to  concentration  of  wealth  and  economic  power  in  the  hands  of  few   individuals  or  groups  of  people.
(iii) Leads  to  social    evils  :  many  of  the  social  evils  which  affect   society   today,  are  the   consequences  of  the  misuse  of  money .  bribery,  corruption ,  misuse   of  money  power  in  politics , financial  fraud, bank  scam,  etc .   result  from  weakness  for  money.
(iv) Black  money  :  Economic  offence  leads  to  the  creation  of  black  money  .it  brings  about  an  increase  in  the  volume    of  unaccounted  money  in  the  market  leading  to  inflation  in  the  country.
[ (i) মুদ্ৰাৰ  মূল্যৰ  স্থিৰতা নাথাকিলে  কেতবোৰ  জটিল  সমস্যাৰ  সৃষ্টি  হয়  ৷ মুদ্ৰাৰ  মূল্য  অবিৰামভাৱে  হ্ৰাস  হ'লে  ৰাইজৰ  অসুবিধা  হয়  কাৰণ  একেখিনি  সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক  ব্যয়  কৰিবলগীয়া হয় ৷  
(ii) মুদ্ৰা  অৰ্থনৈতিক  সম্পদ আৰু  আয়  একত্ৰীকৰণৰ  এবিধ  আহিলা  হ'ব  পাৰে ৷ মুদ্ৰা  সৰ্বস্ব  অৰ্থনীতিত  মুদ্ৰা  অৰ্থনৈতিক ক্ষমতা  আহৰণৰ  উপায়  হৈ  পৰে  ৷ ই  সামাজিক  বৈষম্য  সৃষ্টি  কৰে ৷
(iii) মুদ্ৰাৰ  প্ৰতি  দুৰ্বলতাই  সামাজিক মূল্যবোধৰ  অৱক্ষয়ৰ  কাৰণ  হ'ব  পাৰে ৷ দুৰ্নীতি , অনিয়ম , অবিচাৰৰ  গুৰিতেই  মুদ্ৰা  বুলি  ক'লে  অত্যুক্তি  কৰা নহ'ব 
(iv) মুদ্ৰাৰপৰা  ক'লা  মুদ্ৰাৰ  সৃষ্টি হয় ৷ ক'লা  মুদ্ৰা  অৰ্থনৈতিক  অপৰাধৰ  সৈতে  জড়িত ৷ এনেবোৰ  অপৰাধৰ  ফলত  চৰকাৰে  ৰাজহ  হেৰুৱাব  লগা  হয় ৷  ]

6. Explain  any  four  functions  of  the  Central  Bank . ( কেন্দ্ৰীয়  বেংকৰ  চাৰিটা  প্ৰধান  কাৰ্য  ব্যাখ্যা  কৰা ) 

Ans  :  The   Central  Bank  is  the  apex  government bank  of  a  country  which  is  entrusted   with  the  task  of  control ,  supervision  and  regulation  of  the  entire  financial  system  of  a country   which  is  entrusted   with  the  task  of  control,  supervision  and  regulation  of  the  entire  financial  system  of a   country .In  India .The  main  functions  of  the  central  bank  are  :
(i) Issue  of  currency :  The  central  Bank  has   the  monopoly  to  issue  currency.
(ii) Banker  to  the government  :   The  Central   Bank  functions  as  the  banker  to  the  government . as a   banker  the   central  bank  acts  as :
(a) Supplier  of  funds  to  the  government   :  By  printing  new  currency  notes  to  meet  the  budgetary   deficit  of  the  Central  Government .
(b) Advisor  to  the  government   :   By  extending  economic   advice  to  the  government  on  making  the income   policy,  trade  policy,  tax  policy  etc  .  more   effective  .
(c) Agent  to  the  government   :     By   maintaining  the  accounts   of  income   and  expenditure   of    the  government.
(iii)  Banker  to  the   banks  :  the  Central   bank  acts  as   the  banker’s  bank   .in  this  capacity  the  central   bank.
(a) Examines  the   accounts  of  the  commercial  banks.
(b) Acts  as   the  tender   for  the  commercial  banks  when   they   are  in  deep  financial  crisis.
(iv) Regulation   of  credit  :   The  Central   Bank  controls  the  lending  capacity  of  the  commercial  banks.
(v) Clearing  agent  :   As  a  clearing  agent,  the  Central   bank  helps  in  settling   accounts  of   the  member  banks . As  all   banks  have  their  account  in  the  Central   bank  ,  the  inter -  Bank   lending  and  borrowing  are  cleared  at the  Cleared   the  central  banking  level.
(vi) Custodian  of  foreign  exchange  reserves  :  The  central  bank  serves   as the  custodian   of  foreign  exchange  reserves. it   fixes   the  official   rate  of  exchange .
(vii) Promotional role  :   The  central  bank   helps  in  promoting   socio  -  economic   development  of  the  nation   by    providing  funds  to  the  priority   sectors  agriculture  etc currently  40%  of  the  total    deposit  of  the  banks  is  used   for  priority  sector   lending    in  India. 
[ (i) কেন্দ্ৰীয়  বেংকে  কাগজী  মুদ্ৰা  ছপা  কৰে  ৷ কেন্দ্ৰীয়  বেংকৰ  এইটো একচেটীয়া  অধিকাৰ ৷ বাকী কোনো  বেংকৰ  এই  অধিকাৰটো  নাই ৷
((ii) কেন্দ্ৰীয়  বেংকে  আমানত  মুদ্ৰা বা ঋণ মুদ্ৰাৰ  পৰিমাণ নিয়ন্ত্ৰণ কৰে ৷ এই  মুদ্ৰা দেশৰ  সৰ্বমুঠ  মুদ্ৰাৰ  এক  বৃহৎ  অংশ  ৷ বাণিজ্যিক  বেংকসমূহৰ ঋণদান ক্ষমতাৰ  ওপৰত আমানত  মুদ্ৰা বা ঋণ মুদ্ৰাৰ  পৰিমাণ নিৰ্ভৰ  কৰে ৷ 
(iii) কেন্দ্ৰীয়  বেংকে  বেংকসমূহৰ  বেংক হিচাপে  কাৰ্য সম্পাদন  কৰে ৷ গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে ৷ আৰ্থিক সংকটৰ  সময়ত  এই  বেংকে বাকী বেংকসমূহক সহায় কৰে ৷ 
(iv) কেন্দ্ৰীয়  বেংকে  চৰকাৰৰ  বিত্তৰ যোগান  ধৰে ৷ বাজেটত  দেখুওৱা  চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ  পৰিমাণ কম হ'লে  বাজেট  ঘাটিয়ে দেখা দিয়ে ৷ বাজেট  ঘাটি  দূৰ  কৰিবলৈ  আমাৰ  দেশত  কেন্দ্ৰীয়  চৰকাৰে কেন্দ্ৰীয়  বেংকৰ  বিত্তীয় সাহায্য ল'ব পাৰে ৷  ]

7. Explain  any  two  major  functions  of  the  commercial  banks  .( বাণিজ্যিক  বেংকে  সম্পাদন কৰা  দুটা  কাৰ্য্য  ব্যাখ্যা  কৰা  )  

Ans  :   Commercial  banks   are    the   financial   institutions  which  accept   deposit   from  individuals  or  organisations   and   give4  loans  to  other  individuals ,  organisation   or  business  institutions  .Today,  commercial   banks   are   among  the   main   pillars   of  the  modern   economic   system   .The  main   functions  of  the  commercial    banks   are  :
(i) Acceptance   of  deposits  :   The  commercial   banks   accept   deposits   from   individuals   and   organisations   who   have   the   ability   to   save  at   an  adequate   rate   of  interest   in  return.  They   accept   three  types  of  deposits .  These   are  :
(a)  Current   deposits  or  demand    deposits  :  In   these   deposits ,  withdrawals  are  allowed  at   any  time .
(b) Saving  deposits  :     A  part  of  the  deposit  can  be  withdrawn   whenever    needed   but   to   withdraw   the   other   part , prior    bank   permission   is   needed .
(c) Fixed   or  time   deposits  :  In   these   deposits   amounts  are   deposited   for  a  fixed   period   say   one ,  two   or  five  years  and  withdrawal   at   will  is  allowed   only   if   the   depositor   gives   prior   intimation   to  the   bank.
(ii) Advancing   of  loans  :   The  commercial   banks  provide   loans  for  the  benefit   of  farmers,  artisans,  industrialists,   rickshaw   pullers  etc  commercial  banks  generally   offer   short  and    medium -  term   loans.
(iii) Credit   creation :  Creation   of  credit   is  one   of  the   significant   functions   of  commercial  banks   There   are  two   types   of  bank   deposits   :   (a)   Primary  or  passive  deposit  s  (b)  Active   or   derivative  deposits .  primary  or  passive   deposits   constitute   the  memory   deposited   by   the  depositors.    The  commercial  banks   create  credit   on  the    basis   of  primary  deposits.  When  the  commercial  banks   advance   loans   to  a  person  ,  the  bank  credits  the  amount  to  the  account  of  the  debtor   and  allows  the   debtor   to   draw  cheques    up    to   the  amount  of  loan   Thus ,  loan   creates   deposits   and  these   deposits  are  known   as  active  deposits   or  derivative  deposits.
(iv) Miscellaneous   function   :   
(a) Provision   of  locker   facilities   for  safe   custody    of  valuable   ornaments,  important   documents  etc.
(b) Acting   as   the  trustee   of  the  customer’s  property. 

[ (i) বাণিজ্যিক  বেংকে  সঞ্চয়  সংগ্ৰহ  কৰে  ৷ এই  সঞ্চয়  তিনি  প্ৰকাৰৰ  ঃ  (ক) চলিত  আমানত (খ ) স্থিৰ  আমানত  (গ) সঞ্চয়  আমানত  ৷ চলিত  আমানতত  সঞ্চয়  কৰিলে  বা জমা  ৰাখিলে  , সঞ্চয়কাৰীয়ে  বা  আমানতকাৰীয়ে  নিজৰ  সঞ্চয়  যিকোনো  সময়তে  চেকৰ  যোগেদি  উলিয়াই  আনিব  পাৰে  ৷ স্থিৰ  বা  কাল  আমানতৰ  ক্ষেত্ৰত  এনে  কৰিব  নোৱাৰি ৷ এই  আমানত  উলিয়াই  আনিবলৈ  হ'লে  আমানতকাৰীয়ে বেংকক  আগতীয়াকৈ  জনাব  লাগিব ৷ সঞ্চয়  আমানতৰ  ক্ষেত্ৰত  জমাৰ  এটা  অংশ  আমানতকাৰীয়ে  প্ৰয়োজন  অনুসৰি  উলিয়াই  আনিব  পাৰিব  কিন্তু  আনটো  অংশ উলিয়াবলৈ হ'লে  বেংকৰ আগতীয়া  অনুমতিৰ  প্ৰয়োজন  হ'ব ৷ 
(ii) বাণিজ্যক  বেংকসমূহে  ঋণৰ  যোগান  ধৰে ৷ কৃষক  , উদ্যোগপতি  , কাৰিকৰ  , ঠেলাচালক  , ৰিক্সাচালককে  ধৰি  সমাজৰ  বিভিন্ন  শ্ৰেণীৰ  বাণিজ্যিক  বেংকৰপৰা  ঋণ লাভ কৰে ৷ ঋণৰ  উচিত  ব্যৱহাৰৰ  ফলত ঋণ লওতাৰ আৰ্থিক  স্থিতি  কিছু সবল  হয়  ৷ ]



8. Briefly  explain  any  two  functions  of  the  following (তলত  উল্লেখ  কৰা  প্ৰতিষ্ঠানসমূহে  কি কাৰ্য সম্পাদন কৰে  চমুকৈ  ব্যাখ্যা কৰা ) :

(i) IDBI ( আই  ডি  বি  আই )

(ii) RRB's ( আঞ্চলিক গ্ৰাম্য  বেংক )

(iii) NABARD ( কৃষি  আৰু  গ্ৰাম্য  উন্নয়নৰ  বেংক )


(iv) SIDBI ( ভাৰতীয়  ক্ষুদ্ৰ  উদ্যোগ  উন্নয়ন  বেংক ) 

Ans  :   

(i) IDBI  : The   functions  of  IDBI can  be  categorised  under   two  broad   categories .They   are :
(A) Primary   functions :  
(ii) To  offer  financial   assistance   to   the  industries   by  providing  direct  and  indirect   and  indirect   loans   for   industrial   development  .
(iii) To  develop   the  institutions  that   are  related   to   industrial   development   of  the  country.
(B) Secondary   functions  :  
(i) To  grant   loans  and  advance  at   concessional   rate  of  interest   to   industries  established   in  the  backward   regions.
(ii) To   encourage  the  new  generation  towards  entrepreneurship  by   conducting  various   training  programmes.  
(iv) RRB’s  :  The  function  of  RRB;   
(I) Granting  loans  and  advances   to  the  villagers  at  nominal   rate  of  interest  and  thus   relieving    them  from   the  high    rate  of  interest    charged   by   the  private   money  lenders.
(II) Encouraging   rural  savings  and   mobilising  these   savings  for  investment  in various   productive  activities.   
(v) NABARD  :  The   functions  of  NABARD   are  :
(a) To   serve  as  the  apex  development   bank   for  promoting   investment   and   production   in  rural   areas.
(b) To   simplify   the  process  of  granting  loans  and  advances.

(c) To  assess    and  evaluate   the  various   rural   schemes.
(d) To   organise  training  programmes   for  the  beneficiaries.
(e) To  coordinate  the  rural  credit   financing  activities  of   the   central  government   the  state  government,  
(vi) SIDBI  :  The  functions  of  SIDBI are  :
(a) To  take  adequate   steps  for  technological   upgradation   and  modernisation  of  small   industries.
(b) To  expand  marketing   channels   for  the  products   of  the  small  industries.
(c) To  promote  employment  oriented   small  industries  in  semi-urban  areas  and  thereby   serve  as  a   check on  migration  of  people  to  urban  areas.

(i) অাই   ডি  বি  আই  ঃ

(ক) ঔদ্যোগিক  প্ৰতিষ্ঠানসমূহলৈ  বিত্তীয়  সাহায্য  প্ৰদান  কৰা ৷
(খ) ঔদ্যোগিক  উন্নয়নৰ  সৈতে  জড়িত  প্ৰতিষ্ঠানসমূহৰ  প্ৰসাৰতা  বৃদ্ধিত  সহায়  কৰা ৷
(গ) অৰ্থনৈতিকভাৱে  পিছপৰা  অঞ্চলসমূহৰ  উদ্যোগলৈ ৰেহাই  সুদৰ  হাৰত  এই  বেংকে  ঋণ  আগবঢ়ায় ৷
(ঘ) বেংকটোৱে  প্ৰশিক্ষণৰ  জৰিয়তে  উদ্যোগবিহীন  জিলাসমূহত  ঔদ্যোগিক  উদ্যম বৃদ্ধিৰ  বাবে  আগভাগ  লয়  ৷

(ii) আঞ্চলিক  গ্ৰাম্য  বেংক ঃ

(ক) বেপাৰী  , মহাজনসকলৰপৰা  অত্যধিক  সুদ  দি  ঋণ  লোৱা  গাঁওবাসীলৈ  অতি  কম  সুদৰ  হাৰত  ঋণ  প্ৰদান  কৰি  দুখীয়া গাঁওবাসীক  সকাহ  দিয়া ৷
(খ) গ্ৰাম্য  সঞ্চয়  সংগ্ৰহ  কৰি  বিভিন্ন  উৎপাদনমূলক  কাৰ্যত  সেই  সঞ্চয়  ব্যয়  কৰা  ৷

(iii) কৃষি  আৰু  গ্ৰাম্য  উন্নয়নৰ  ৰাষ্ট্ৰীয়  বেংক ঃ


(ক) গাঁও  অঞ্চলত  যিমানবোৰ  অনুষ্টান  বিনিয়োগ  আৰু  উৎপাদনৰ  সৈতে  জড়িত  হৈ  আছে  সেই  আটাইবোৰ  শীৰ্ষ  বিত্ত  যোগানকাৰী  প্ৰতিষ্ঠান  হ'ল  নাবাৰ্ড ৷
(খ) ঋণ  প্ৰদান  প্ৰক্ৰিয়া , আঁচনিৰ  পুনৰিক্ষণ  আৰু  পৰ্যালোচনা  , প্ৰশিক্ষণ  আদিৰ  সুদৃঢ়কৰণকল্পে  নাবাৰ্ডে  ব্যৱস্থা  গ্ৰহণ  কৰে  ৷
(গ) সকলোবোৰে  বিত্তীয়  প্ৰতিষ্ঠান  , ভাৰত  চৰকাৰ ,  ৰাজ্য  চৰকাৰ  , ৰিজাৰ্ভ বেংক  ইত্যাদিৰ  সৈতে  নাবাৰ্ডে  সমন্বয়  ৰক্ষা  কৰে  ৷

(iv) ভাৰতীয়  ক্ষুদ্ৰ  উদ্যোগ  উন্নয়ন  বেংক  ঃ

(ক) ক্ষুদ্ৰ  উদ্যোগসমূহৰ  বাবে  উন্নত  প্ৰযুক্তিবিদ্যা  আৰু  আধুনিকীকৰণৰ  ব্যৱস্থা  কৰা ৷
(খ) ক্ষুদ্ৰ উদ্যোগ  খণ্ডত  উৎপাদিত  সামগ্ৰীৰ  বাবে  বজাৰৰ  সুবিধা  কৰি  দিয়া ৷
(গ) অৰ্ধ-নগৰ  এলেকাত  ক্ষুদ্ৰ  উদ্যোগসমূহত  অধিক  নিয়োগৰ  ব্যৱস্থা  কৰি  গাওঁ  আৰু  অৰ্ধ-নগৰ  এলেকাৰ  চহৰলৈ  জনসংখ্যাৰ  বহিৰ্গমণ  ৰোধ  কৰা ৷
(ঘ) ৰাজ্যিক  বিত্ত  নিগম , ঔদ্যোগিক  নিগম , ব্যৱসায়িক  বেংক , সমবায়  বেংক আৰু  অাঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ  অৰ্থ  সাহায্য  আগবঢ়োৱা  আৰু  এই  অনুষ্ঠানবোৰৰ  যোগেদি  ক্ষুদ্ৰ  উদ্যোগলৈ  ঋণ  আগবঢ়োৱা ৷


3 comments:

Please don't use spam link in the comment box.

Popular Posts

Featured post

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব -শিকন সমল ( সমল নং - ২) - ষষ্ঠ শ্ৰেণীৰ বাবে

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয়া স্ব -শিকন সমল ( সমল নং - ২) - ষষ্ঠ শ্ৰেণীৰ বাবে  বিষয় - বিজ্ঞান   অধ্যায় -2ঃ খাদ্যৰ উপাদান  পূৰ্বজ্ঞান আমি বিভি...